ইতিহাস
পঢ়ক
অসমৰ সাধাৰণ জ্ঞান
পঢ়ক
পৰিৱেশ প্ৰদুষণৰ অন্যতম ভাগ হ'ল বায়ু প্ৰদুষণ । বৰ্তমান সময়ত বিশ্বতে অতিকৈ প্ৰদূষণ হৈছে বায়ু প্ৰদূষণ যাৰ ফলত এনে প্ৰদূষন ৰোধ কৰিবলৈ বিশ্বৰ গোটেই কেইখনমান দেশে মিলি যেনে য Conference of People ৰ দৰে সংস্থাৰ জৰিয়তে ৰোধ কৰাৰ প্ৰচেষ্ঠা চলাইছে ।
প্ৰতিবছৰে দিল্লীৰ বায়ুৰ গুণাগুণ বৃদ্ধি হোৱাতো আটাইতকৈ লক্ষণীয় ।লাহে লাহে গুণাগুন বৃদ্ধিয়ে মহামাৰীৰ দৰে বিৰল প্ৰভাৱ পেলোৱাৰ আশংকা।এনে বৃদ্ধিয়ে দিল্লীৰ দিনৰ সংখ্যা হ্ৰাস কৰিছে যোৱা ২০১৬ চনৰ পৰা ২০২৪ চনলৈ মুঠ দিন সংখ্যা ১২১ টালৈ হ্ৰাস পাইছেগৈ । এনেক্ষেত্ৰত ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগকেন্দ্ৰ সচেতন হোৱাতো অতিশয়েই আৱশ্যকীয়।দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে দিল্লীত বায়ু প্ৰদুষণৰ অন্যত্বম কাৰণ চুবুৰীয়া ৰাজ্যত জ্বলোৱা মাত্ৰাধিক কৃষি আৱৰ্জনাৰ বাবে শোচনীয় হৈছে দিল্লীৰ বায়ুমণ্ডল।তেওঁৰ ভাষ্যত সদৰী কৰিছে যে পঞ্জাৱত ১২৫১ খন খেতি পথাৰত আৱৰ্জনাসমুহ জ্বলোৱাৰ তেনে প্ৰদূষণ সৃষ্টি হোৱাৰ অন্যত্বম কাৰণ ।
ভাৰতৰ ৰাজধানী নতুন দিল্লীত প্ৰদুষণৰ মাত্ৰা প্ৰাদুৰ্ভাৱ বাবে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে । যাৰ ফলত দিল্লী কৰ্মচাৰী লগতে স্কুল,কলেজ,মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ঘৰত বহি অধ্যয়ণ কৰা আৰু কাম কৰাৰ দাবী জনাইছে সেই হেতুকে ভাৰতৰ চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে অনুমতি প্ৰধান কৰিছে ।এনে পৰিপ্ৰেক্ষিতত জৱাহৰ নেহেৰু বিশ্ববিদ্যালয়ে অনলাইন যোগে পাঠদান কৰাৰ সিদ্ধান্ত লৈছে।
বৰ্তমান সময়ত দিল্লী কৃত্ৰিমতা কুৱঁলিয়ে আৱঁৰি ৰাখিছে ,যাৰ ফলত বিভিন্ন জনৰ বিভিন্ন সমস্যাত ভুগিব লগীয়া হৈছে।
বায়ু প্ৰদুষন হ্ৰাস কৰিবলৈ চৰকাৰে ঘৰতে বহিয়েই কাম কৰিবলৈ অনুমতি প্ৰদান কৰিছে ।Read more
0 Comments