ভঞ্জৰ
💠কাৰ্চাং তাকাৰ
মেঘৰ মেদলত শুভ্ৰ নিশাত সুৰৰ আৰ্তনাদ
বহুদিন শুনা নাই তেনেই সুৰ
আজিওঁ খোলা অশস্যৰ ভঞ্জৰ ।
পতিত শ্যামলৰ শস্য মধুৰ উপৱন
প্ৰশান্ত সাগৰৰ অভিশ্ৰাম ভঞ্জৰ যৌৱন,,
অন্তনিৰ্বিত গহ্বৰত অৰ্থৰ দুৰ্বল
কম্পিত আকাশৰ আজিওঁ ছি্প ছি্প বৰষুণ
💠কাৰ্চাং তাকাৰ
মেঘৰ মেদলত শুভ্ৰ নিশাত সুৰৰ আৰ্তনাদ
বহুদিন শুনা নাই তেনেই সুৰ
আজিওঁ খোলা অশস্যৰ ভঞ্জৰ ।
পতিত শ্যামলৰ শস্য মধুৰ উপৱন
প্ৰশান্ত সাগৰৰ অভিশ্ৰাম ভঞ্জৰ যৌৱন,,
অন্তনিৰ্বিত গহ্বৰত অৰ্থৰ দুৰ্বল
কম্পিত আকাশৰ আজিওঁ ছি্প ছি্প বৰষুণ
0 Comments